Back to Top

যুৱতীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণত গুৰুত্ব জুবিন গাৰ্গৰ || Zubeen on self defense for girls

ৰাজ্যৰ যুৱতী ছাত্ৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব এইবাৰ জুবিন গাৰ্গৰ। আনকি, বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰো দাবী তুলিলে জুবিন গাৰ্গে। উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰত অংশ লৈ চৰকাৰক এই আহ্বান জুবিন গাৰ্গৰ।

Comments

insan Mohan says:

Joy zubeen da

Saddam Khan says:

Good job Zubeen da

Mitali Rajput says:

Love you zu da

ALFRED ZUBEEN says:

zubeen da zubeen dai hy

Manisha Swargiary says:

All d best zubeen da … verry good

Nupur Baishya says:

Good job zubeen daa

Mr Dudu Gogoi Gogoi says:

bohut vall km krise

Indaswar Kurmi says:

Love you jubeen da

P Kalita says:

Jubin da Hdai Rock Hoi..

Assamese channel says:

হয় জুবিন দা বহুত ভাল পদক্ষেপ।

Nilutpaul Neog says:

Khub bhal Step Loise

Pinku Saikia says:

Self defence mainly hokolu mohilaak proyujon n Zubeen daa Hodaai Encourage kori ahise Luv u Bro

Write a comment

*